শ্ৰীকৃষ্ণাই চৰণম নম:

শ্ৰীকৃষ্ণাই চৰণম নম



শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে গীতাত লিখি যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে সকলোৰে  শ্ৰীচৰণত আগতীয়াকৈ ক্ষমা বিচাৰিছো এইখিনি কৰিবলৈ যাওতে বিভিন্ন পুথিৰ সহায় লোৱা হৈছে |